New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
কলিয়াবৰ তিনিআলিত সংঘটিত পথ দুৰ্ঘটনা।
দেওবাৰে সন্ধিয়া ভাগত সংঘটিত হয় দুৰ্ঘটনাটো।
পথ দুৰ্ঘটনাত আহত বাইক আৰোহী।
গুৰুতৰভাৱে আহত বাইক আৰোহীজন তিতাবৰৰ জোনা হাজৰিকা।
আহত লোকজনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি।
অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলতেই সংঘটিত এই দুৰ্ঘটনা।