/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-agrani.jpg)
কলিয়াবৰ লোকসভাৰ অন্তৰ্গত গোলাঘাট বিধান সভা সমষ্টিত ১৪তম ৰাউণ্ডত মুঠ-
মণিমাধৱ মহন্ত- ৪৮৯২৮
গৌৰৱ গগৈ- ৫৫১১৩
৬১৮৫ ভোটত অগ্ৰগতি কংগ্ৰেছৰ গৌৰৱ গগৈৰ।
কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত খুমটাই বিধানসভা সমষ্টিত দ্বাদশ ৰাউণ্ডত মুঠ-
মণিমাধৱ মহন্ত- ৩৮০৪২
গৌৰৱ গগৈ- 23635
১৪৪০৭টা ভোটত অগ্ৰগতি অগপৰ মণিমাধৱ মহন্তৰ।
বোকাখাটত ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত মণিমাধৱে লাভ কৰিছে ৬৮৩৫২টা ভোট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us