এ.পি.এছ.চি ফলাফলত কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে দুই যুৱকে...

দুয়োজনেই নিৰ্বাচিত হৈছে ডি.এছ.পি পদৰ বাবে

author-image
Asomiya Pratidin
New Update
এ.পি.এছ.চি ফলাফলত কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে দুই যুৱকে...

koliabor apsc

ডিজিটেল সংবাদ,কলিয়াবৰঃ শুকুৰবাৰে ঘোষণা কৰা হ'ল এ.পি.এছ.চি পৰীক্ষাৰ ফলাফল। এ.পি.এছ.চিৰ ২০২০ৰ ফলাফলত উজ্বলিল কলিয়াবৰৰ দুই যুৱক।

Advertisment

অসম আৰক্ষী সেৱাৰ ২২তম স্থানত কলিয়াবৰৰ বৰুৱাচুকৰ টিংকুজ্যোতি চৌধুৰী আৰু ৪৩ তম স্থানত কলিয়াবৰৰ পানীগাঁৱৰ বিদ্যুৎ কুমাৰ শইকীয়াই মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ দুয়োজনেই নিৰ্বাচিত হৈছে ডি.এছ.পি পদৰ বাবে।

assam koliabor apsc