এ.পি.এছ.চি ফলাফলত কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে দুই যুৱকে...

দুয়োজনেই নিৰ্বাচিত হৈছে ডি.এছ.পি পদৰ বাবে
koliabor apsc
koliabor apsc

ডিজিটেল সংবাদ,কলিয়াবৰঃ শুকুৰবাৰে ঘোষণা কৰা হ'ল এ.পি.এছ.চি পৰীক্ষাৰ ফলাফল। এ.পি.এছ.চিৰ ২০২০ৰ ফলাফলত উজ্বলিল কলিয়াবৰৰ দুই যুৱক।

অসম আৰক্ষী সেৱাৰ ২২তম স্থানত কলিয়াবৰৰ বৰুৱাচুকৰ টিংকুজ্যোতি চৌধুৰী আৰু ৪৩ তম স্থানত কলিয়াবৰৰ পানীগাঁৱৰ বিদ্যুৎ কুমাৰ শইকীয়াই মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ দুয়োজনেই নিৰ্বাচিত হৈছে ডি.এছ.পি পদৰ বাবে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in