কোকৰাঝাৰত ভয়ংকৰ অগ্নিকাণ্ড, ৯খনকৈ দোকান ভষ্মীভূত…

কোকৰাঝাৰত ভয়ংকৰ অগ্নিকাণ্ড, ৯খনকৈ দোকান ভষ্মীভূত…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত ভয়ংকৰ অগ্নিকাণ্ড, ৯খনকৈ দোকান ভষ্মীভূত…

  • কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত বেদলাংমাৰিত ভয়ংকৰ অগ্নিকাণ্ড ।
  • অগ্নিকাণ্ডৰ ফলত ৯খন দোকান ভষ্মীভূত ।
  • শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূচনা ।
  • তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰে গাড়ীয়ে নুমালে জুই ।
  • কিন্তু ইতিমধ্যেই জ্বলি ছাই হয় ৯ খনকৈ দোকান ।
  • ক'মেও ১০ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি ।
  • অঞ্চলজুৰি চাঞ্চল্য ।
assam kokrajhar