শান্তিপূৰ্ণ নিৰ্বাচন ৰক্তাক্ত হ’ল কোকৰাঝাৰত, দুস্কৃতিকাৰীৰ অস্ত্ৰৰ ঘাপত আহত বহুজন, ধ্বংসপ্ৰাপ্ত বাহন, EXCLUSIVE VIDEO

শান্তিপূৰ্ণ নিৰ্বাচন ৰক্তাক্ত হ’ল কোকৰাঝাৰত, দুস্কৃতিকাৰীৰ অস্ত্ৰৰ ঘাপত আহত বহুজন, ধ্বংসপ্ৰাপ্ত বাহন, EXCLUSIVE VIDEO

author-image
asomiyapratidin
New Update
কোকৰাঝাৰৰ নিৰ্বাচনী হিংসাঃ ৩দিনৰ পিছতো অভিযুক্তক কৰায়ত্বত বিফল আৰক্ষী, আন্দোলনৰ হুংকাৰ এবছুৰ

  • কোকৰাঝাৰত নিৰ্বাচনী হিংসা।
  • লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে দুষ্কৃতিকাৰীয়ে ভাঙিলে বাহন।
  • কোকৰাঝাৰ সদৰ চহৰত সংঘটিত হৈছে এই ঘটনা।
  • ঘটনাত আহত হৈছে ৩জন লোক।
  • আহত লোককেইজন হৈছে ৰতন বসুমতাৰী, খৌৰমদাও মুছাহাৰী আৰু ধ্ৰুবজিৎ ব্ৰহ্ম।
  • ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।
  • বৰ্তমান আহতসকলক ভৰ্তি কৰা হৈছে কোকৰাঝাৰ আৰ এন বি চিভিল হাস্পতালত।