কোকৰাঝাৰত আগত আছে ইউ পি পি এল…

কোকৰাঝাৰত আগত আছে ইউ পি পি এল…

author-image
asomiyapratidin
New Update
অসমত ৭খন আসনত আগবাঢ়ি আছে বিজেপি…

  • কোকৰাঝাৰত আগত আছে ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খা গোৰা ব্ৰহ্ম।
  • কোকৰাঝাৰ লোকসভা সমষ্টিত এতিয়ালৈকে ভোটগণনা সম্পন্ন হৈছে ১৬৭২৮৬টা ভোট।
  • ইয়াৰে ৫৬২৪৮টা ভোট লাভ কৰি আগত আছে ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গোৰা ব্ৰহ্ম।
  • দ্বিতীয় স্থানত আছে বি পি এফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্ম।
  • প্ৰমীলাৰাণী ব্ৰহ্মই এতিয়ালৈকে লাভ কৰা ভোটৰ সংখ্যা ৫৫৮৮৪।
  • নিৰ্দলীয় প্ৰাৰ্থী নব শৰণীয়াই ৪৬৩২৩টা ভোট লাভেৰে আছে তৃতীয় স্থানত।
  • ২১৮৬টা ভোট এই মুহূৰ্তলৈকে পৰিছে নোটাত।
  • সমষ্টিটোত মুঠ ভোটদান কৰা ভোটাৰৰ সংখ্যা আছিল ১৪,৬৮,১১২টা।
  • কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই লাভ কৰিছে ৪৬৫০টা ভোট।