ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানঃ ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ প্ৰায় ১ কোটি টকাৰ গাঞ্জা

ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানঃ ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা জব্দ প্ৰায় ১ কোটি টকাৰ গাঞ্জা
  • গোসাঁইগাঁৱৰ শিমলুটাপু আৰক্ষীৰ অভিযান।
  • ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীয়ে চলাই এই অভিযান।
  • অভিযানত জব্দ হৈছে গাঞ্জা।
  • শ্রীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন ট্রাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি।
  • ট্রাকখনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।
  • জব্দ কৰা হৈছে ৮১৫ কিলোগ্রাম গাঞ্জা।
  • জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্রায় ১ কোটি টকা।
  • গাঞ্জা জব্দ কৰা ট্রাকখনৰ নম্বৰ HR 55 R 5137।
  • আৰক্ষীয়ে আটক কৰে ট্রাক চালক ৰাম বিশ্বাস আৰু হেণ্ডিমেন পিণ্টু মিশ্রক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in