/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ganja.jpeg)
- গোসাঁইগাঁৱৰ শিমলুটাপু আৰক্ষীৰ অভিযান।
- ৰাষ্ট্রীয় ঘাইপথত আৰক্ষীয়ে চলাই এই অভিযান।
- অভিযানত জব্দ হৈছে গাঞ্জা।
- শ্রীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন ট্রাকৰ পৰা জব্দ কৰে গাঞ্জাখিনি।
- ট্রাকখনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।
- জব্দ কৰা হৈছে ৮১৫ কিলোগ্রাম গাঞ্জা।
- জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্রায় ১ কোটি টকা।
- গাঞ্জা জব্দ কৰা ট্রাকখনৰ নম্বৰ HR 55 R 5137।
- আৰক্ষীয়ে আটক কৰে ট্রাক চালক ৰাম বিশ্বাস আৰু হেণ্ডিমেন পিণ্টু মিশ্রক।
Drive against drug trafficking in full swing!
In yet another major success in #WarOnDrugs, a truck was intercepted and 72 nos of suspected Ganja packets weighing 815 Kg found from secret chamber inside the truck. Two accused have been arrested and further investigation is on. pic.twitter.com/OnwX4nK5jb
— Kokrajhar Police (@KokrajharPolice) July 24, 2022