New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr.jpg)
- ৰাজ্যত পুনৰ এনকাউণ্টাৰ।
- কোকৰাঝাৰত গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী।
- আৰক্ষীৰ জিম্মাৰ পৰা পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল অপৰাধীটোৱে।
- আৰক্ষীৰ গুলীত গুলীবিদ্ধ হোৱা গাঞ্জা সৰবৰাহকাৰীটোৰ নাম সুমন নমো।
- সুমনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল বৃহৎ পৰিমাণৰ গাঞ্জা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us