কোকৰাঝাৰৰ তিতাগুৰীত জিলা বিপিএফৰ এদিনীয়া অধিবেশন সম্পন্ন

কোকৰাঝাৰৰ তিতাগুৰীত জিলা বিপিএফৰ এদিনীয়া অধিবেশন সম্পন্ন

author-image
asomiyapratidin
New Update
কোকৰাঝাৰৰ তিতাগুৰীত জিলা বিপিএফৰ এদিনীয়া অধিবেশন সম্পন্ন

ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰৰ তিতাগুৰীত জিলা বিপিএফৰ এদিনীয়া অধিবেশন সম্পন্ন।অধিবেশনত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে কয় যে পৌৰসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জিকিব। যাৰ লগত থাকিলে কাম কৰিব পাৰিম , তাৰ লগত হে বিপিএফে মিত্ৰতা কৰিব ।

Advertisment

বিপিএফ শক্তিশালী হৈয়ে আছে বুলি মন্তব্য কৰি মহিলাৰীয়ে কয় যে প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰী ইউপিপিএল দলত যোগদানত বিপিএফৰ কোনো ক্ষতি নহয় । ৰাজ্যসভাৰ নিৰ্বাচনত বিপিএফ দলৰ পৰা এজনক বাচনি কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান হাগ্ৰামাৰ ।

নাগৰিক সভাত মাটি কিনা বেচাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা , গাঁও কৰ্তন ,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত দেখা দিয়া সমস্যা সন্দৰ্ভত আলোচনা কৰা হ'ব ।

assam bpf