New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-agrani.jpg)
- কোকৰাঝাৰত তৃতীয় স্থানৰ পৰা প্ৰথম স্থানলৈ আহিল নৱ কুমাৰ শৰণীয়া।
- নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া এতিয়ালৈকে লাভ কৰিছে ১৬৫৫৬৭টা ভোট।
- দ্বিতীয় স্থানত আছে উৰ্খাও গোৰা ব্ৰহ্ম।
- ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ সংখ্যা ১৬৯৪৫১টা।
- বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মই লাভ কৰিছে ১৬২৮৮০টা ভোট।
- এতিয়ালৈকে ভোট গণনা সম্পন্ন হৈছে ৫৭৮৮৭৬টা।
- সমষ্টিটোত ভোটদান কৰা মুঠ ভোটাৰৰ সংখ্যা ১৪৬৮১১২টা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us