কোকৰাঝাৰত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, এজনৰ মৃত্যু...

কোকৰাঝাৰৰ ভোটগাঁৱৰ মোকৰাপাৰা টুনুপাৰাত উত্তপ্ত পৰিস্থিতি।
কোকৰাঝাৰত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, এজনৰ মৃত্যু...
  • কোকৰাঝাৰৰ ভোটগাঁৱৰ মোকৰাপাৰা টুনুপাৰাত উত্তপ্ত পৰিস্থিতি।

  • ভূমি বিবাদক কেন্দ্র কৰি দুই পক্ষৰ মাজত সংঘৰ্ষ।

  • সংঘৰ্ষত গুৰুতৰভাৱে আহত এজনৰ GMCHত মৃত্যু।

  • নিহত লোকজনৰ নাম সজিৎ শ্বেখ।

  • ন্যায় বিচাৰি কোকৰাঝাৰ থানাত উপস্থিত গাঁওখনৰ শতাধিক মহিলা।

  • সম্প্রতি পৰিস্থিতি নিয়ন্ত্রণ, ঘটনাস্থলীত CRPF মোতায়েন।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in