New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/fe49b3be-0e78-412d-951a-959c6b18f3b2/download.jpg)
কোকৰাঝাৰৰ ভোটগাঁৱৰ মোকৰাপাৰা টুনুপাৰাত উত্তপ্ত পৰিস্থিতি।
ভূমি বিবাদক কেন্দ্র কৰি দুই পক্ষৰ মাজত সংঘৰ্ষ।
সংঘৰ্ষত গুৰুতৰভাৱে আহত এজনৰ GMCHত মৃত্যু।
নিহত লোকজনৰ নাম সজিৎ শ্বেখ।
ন্যায় বিচাৰি কোকৰাঝাৰ থানাত উপস্থিত গাঁওখনৰ শতাধিক মহিলা।
সম্প্রতি পৰিস্থিতি নিয়ন্ত্রণ, ঘটনাস্থলীত CRPF মোতায়েন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us