/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/181d6d38-958d-462b-98dd-caeb6d95fa65/kok.jpg)
kokrajhar
ডিজিটেল সংবাদ, কোকৰাঝাৰ : আজি ৰাজ্যজুৰি পালন কৰা হৈছে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ১১ তম মৃত্যু বাৰ্ষিকী। কোকৰাঝাৰতো সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয়।
১০৫৯ নং ভূটীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত শিল্পীগৰাকীৰ মৃত্যু তিথি পালন কৰে।সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে।আনহাতে, বিদ্যালয়ৰ কণ কণ ছাত্ৰ -ছাত্ৰীয়ে প্ৰদৰ্শন কৰে ভূপেন হাজৰিকাৰ নৃত্য - গীত ।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us