কবিতা ৯৬/ চুপ

কবিতা ৯৬/ চুপ

- ৰঞ্জন কাশ্যপ

মই অন্ধ নাছিলো

হ'লো !

মই নিৰ্বাক নাছিলো

কৰিলে !

এতিয়া কাণেৰে নুশুনো মই

চৌদিশৰ ভীষণ হুলস্থূলে

মোৰ শ্ৰৱণ শক্তি কাঢ়ি নিলে

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in