New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c645ba27-47e6-4e5e-9639-356e299b9429/KOBITA.jpeg)
- ৰঞ্জন কাশ্যপ
মই অন্ধ নাছিলো
হ'লো !
মই নিৰ্বাক নাছিলো
কৰিলে !
এতিয়া কাণেৰে নুশুনো মই
চৌদিশৰ ভীষণ হুলস্থূলে
মোৰ শ্ৰৱণ শক্তি কাঢ়ি নিলে
- ৰঞ্জন কাশ্যপ
মই অন্ধ নাছিলো
হ'লো !
মই নিৰ্বাক নাছিলো
কৰিলে !
এতিয়া কাণেৰে নুশুনো মই
চৌদিশৰ ভীষণ হুলস্থূলে
মোৰ শ্ৰৱণ শক্তি কাঢ়ি নিলে