New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/c4d0f073-2573-48be-937a-735948469b47/KOBITA.jpeg)
- শ্যামন্ত বৰঠাকুৰ
আহক উদযাপন কৰো এই দিন
মনত পেলাই দিও
কেতিয়া আহিছিল আপুনি
আমিতো সকলো এই পৃথিৱীৰ আলহী
যাবগৈ লাগিব অহাৰ দৰে উভতি
হিচাপ কৰো আহক
পাৰ কৰিলো কিমান দিন ৰাতি
সোঁৱৰণীৰ পানচৈত উঠি
অলেখ শুভকামনাৰ বৰষুণত তিতি
আহক উদযাপন কৰো এই দিন
আৰু পঢ়ক : কবিতা ১৪৬/ প্ৰেমৰ আঙুলি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us