New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/ar.png)
- মহানগৰীত গ্ৰেপ্তাৰ কিশোৰী অপহৰণকাৰী।
- অপহৰণকাৰীটোৰ নাম ৰাজু মল্লিক।
- কাছাৰৰ বাছকান্দিৰ পৰা গুৱাহাটীলৈ অপহৰণ কৰি আনিছিল কিশোৰী গৰাকীক।
- ইতিমধ্যে উদ্ধাৰ কৰা হৈছে কিশোৰী গৰাকীক।
- ৰাজু মল্লিকে কিশোৰী গৰাকীৰ পৰিয়ালক দাবী কৰিছিল ৩ লাখ টকা।
- গুৱাহাটী জিআৰপিয়ে উদ্ধাৰ কৰে কিশোৰী গৰাকীক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us