অসম মুখ্য-পৃষ্ঠা খুমটাইৰ গোসাঁইচাপৰিত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত গঞা... খুমটাইৰ গোসাঁইচাপৰিত গঁড়ৰ মুক্ত বিচৰণ। যোৱা কিছুদিন ধৰি অঞ্চলটোত উপদ্রৱ চলাই আহিছে এটা গঁড়ে Asomiya Pratidin 06 Dec 2022 07:46 IST Follow UsNew Updatekhumtai খুমটাইৰ গোসাঁইচাপৰিত গঁড়ৰ মুক্ত বিচৰণ।যোৱা কিছুদিন ধৰি অঞ্চলটোত উপদ্রৱ চলাই আহিছে এটা গঁড়ে।গঁড়টোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ বন বিভাগৰ লোকে চেষ্টা অব্যাহত ৰাখিছে।গঁড়টোৰ মুক্ত বিচৰণত এতিয়া আতংকিত হৈ পৰিছে গঞা। assam khumtaiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক