New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr-2.jpg)
- কামৰূপ(মহানগৰ)ৰ অন্তৰ্গত ক্ষেত্রীৰ উলুবামত শোকাৱহ ঘটনা।
- ৰে'লৰ খুন্দাত নিহত পতি-পত্নী।
- শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
- নামনিমুৱা কলং-কপিলী এক্সপ্রেছৰ খুন্দাত নিহত দম্পতী।
- নিহতদ্বয় ৰাজৱী পাহাৰীয়া ওৰফে টেটুন, চন্দ্রমা চেত্রী।
- নিহতদ্বয়ৰ ঘৰ ক্ষেত্রীৰ ২নং সেনাবৰত বুলি জানিব পৰা গৈছে