New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f71cfc73-97dc-45eb-b9e0-6ba1facd5674/download.jpg)
খাৰুপেটীয়াৰ ১ নং আৰিমাৰীত অঘটন।
মঙলবাৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বাকীবুল্লাহ নামৰ এজন লোকৰ।
পুখুৰীত মাছ মাৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট লোকজন।
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
ৰাইজে অভিযোগ দিয়াৰ পিছতো ছিগা তাঁৰ মেৰামতি নকৰাৰ অভিযোগ।