New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident
খানাপাৰত ভয়ংকৰ দুৰ্ঘটনা।
ৰোগীসহ বাগৰি পৰিল এখন এম্বুলেন্স।
সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।
খানাপাৰাৰ লিলি হোটেলৰ সন্মুখত এই ঘটনা।
ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি।
এতিয়ালৈকে হতাহতিৰ খবৰ পোৱা নাই।
road accident
খানাপাৰত ভয়ংকৰ দুৰ্ঘটনা।
ৰোগীসহ বাগৰি পৰিল এখন এম্বুলেন্স।
সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।
খানাপাৰাৰ লিলি হোটেলৰ সন্মুখত এই ঘটনা।
ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি।
এতিয়ালৈকে হতাহতিৰ খবৰ পোৱা নাই।