বিভিন্ন বাহনৰ পৰা ধন দাবী কৰি মহানগৰীত আটক এজন

মহানগৰীৰ খানাপাৰাত লোকেল গুণ্ডাৰ সন্ত্রাস।
বিভিন্ন বাহনৰ পৰা ধন দাবী কৰি মহানগৰীত আটক এজন
  • মহানগৰীৰ খানাপাৰাত লোকেল গুণ্ডাৰ সন্ত্রাস।

  • মৃদুল তালুকদাৰ নামৰ এজন লোকৰ গুণ্ডাগিৰি।

  • মেজিকৰ পৰা দাবী-ধমকিৰে সংগ্রহ কৰিছিল ধন।

  • বশিষ্ঠ থানাত এজাহাৰ ভুক্তভোগী মেজিক চালকৰ।

  • বশিষ্ঠ আৰক্ষীয়ে আটক কৰে মৃদুল তালুকদাক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in