New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- কেন্দুকোণাৰ নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ভাষণ৷
- ২০২৪ চনৰ বাবে বিজেপিৰ শ্ল'গান ঘোষণা কৰিলে ৰঞ্জিত দাসে৷
- সেইবাৰ নিৰ্বাচনত বিজেপিৰ শ্ল'গান হ'ব হেনো- বাৰ বাৰ মোডী চৰকাৰ৷
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী সভাৰ পূৰ্বে এই ঘোষণা ৰঞ্জিত দাসৰ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us