অসম নিৰ্বাচন-২০১৯ হুইল চেয়াৰত ভোট দিবলৈ অহা শতায়ু গৰকা বৃদ্ধাৰ আহ্বানঃ কেবৰ বিৰুদ্ধে ভোট দিয়ক… হুইল চেয়াৰত ভোট দিবলৈ অহা শতায়ু গৰকা বৃদ্ধাৰ আহ্বানঃ কেবৰ বিৰুদ্ধে ভোট দিয়ক… asomiyapratidin 11 Apr 2019 12:14 IST Follow UsNew Updateকাজিৰঙাৰ কুঠৰীত শতায়ু গৰকা বৃদ্ধাৰ ভোটাধিকাৰ সাব্যস্ত।ন-জান কেন্দ্ৰত হুইল চেয়াৰত আহি সাব্যস্ত নিজৰ মৌলিক অধিকাৰ।ভোটদান কৰিবলৈ আহি বিৰুদ্ধাচৰণ কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ।শান্তি ৰক্ষাকাৰী চৰকাৰ গঠনৰ আহ্বান ভোটদাতা ৰাইজৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক