/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/876d9585-3fa5-41cc-8832-267af552ce11/tiger.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ প্ৰধানতঃ গঁড় ভিত্তিক কাজিৰঙাৰ পৰ্যটনক নতুন মাত্ৰা দিছে বাঘে ৷ ভিন্ন প্ৰজাতিৰ পক্ষীৰ লগতে গঁড়কে ধৰি বিগ ফাইভৰ বিচৰণ প্ৰত্যক্ষ কৰাৰ বাবে কাজিৰঙালৈ অহা পৰ্যটকৰ বাঘ হৈ পৰিছে অন্যতম আকৰ্ষণ ৷
কিছু বছৰৰ আগলৈকে অৱশ্যে বাঘ দেখাৰ সৌভাগ্য হোৱা নাছিল পৰ্যটকৰ ৷কিন্তু বৰ্তমান অধিকাংশ পৰ্যটকৰ হৈছে বাঘ দেখাৰ সৌভাগ্য ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওটা বনাঞ্চলতে বাঘ প্ৰত্যক্ষ কৰিছে পৰ্যটকে ৷
সমান্তৰালভাৱে প্ৰতি বছৰে বৃদ্ধি পাই আহিছে পৰ্যটকৰ সংখ্যা ৷ ক্ৰমাৎ বৃদ্ধি পোৱা পৰ্যটকৰ সংখ্যাৰ বাবে অধিক প্ৰসাৰতা লাভ কৰিছে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰই ৷ ইফালে কাজিৰঙাক ৱাইল্ড লাইফ পেৰাডাইচ আখ্যা সাতদিনকৈ বাহৰ পাতি কাজিৰঙাৰ সৌন্দৰ্য্য পান কৰা এজন বহিৰাজ্যৰ চিকিৎসকৰ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us