ফাগুনে ৰং সানি গৈছে কাজিৰঙাৰ পশু-পক্ষীকো...

author-image
Asomiya Pratidin
New Update
ফাগুনে ৰং সানি গৈছে কাজিৰঙাৰ পশু-পক্ষীকো...

আলোকচিত্ৰ সমূহৰ সৌজন্য ডিজিটেল সংবাদ, কাজিৰঙা

যি বাটেৰে ফাগুন নামে

Advertisment

সেই বাটতেই মোৰ ঘৰ,

যি বাটেৰে দুপৰীয়াটোৰ বুকুত

কমলা ৰং সানে ফাগুনে,

যি বাটেৰে কৃষ্ণচূড়াবোৰ      

ছটিয়াই দিয়ে গালে মুখে,

সেই বাটতেই মোৰ ঘৰ ।

ফাগুন নাথাকিলে নিজম নিটাল সময়...

kaziranga national park