/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/eb3d7c06-d1d1-4491-8fac-31d941d30a09/pic_eimuhurtor_khobor_copy.jpg)
পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ।
কঁহৰা, বাগৰি ৰেঞ্জৰ নিৰ্ধাৰিত এলেকাহে মুকলি থাকিব পৰ্যটকৰ বাবে ।
প্রতিকূল বতৰ আৰু বাট-পথৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ।
বাগৰি ৰেঞ্জৰ ডুঙ্গাৰ টাৱাৰ হৈ বিমলি তিনিআলিলৈ দৰ্শনৰ অনুমতি ।
চেন্ট্রেল ৰেঞ্জ কঁহৰাৰ মিহিমুখৰ পৰা ডাফলং হৈ বৈচামাৰী পৰ্যন্ত দৰ্শনৰ অনুমতি ।
এই কথা জনাইছে পূব অসম বন্যপ্রাণী সংমণ্ডল প্রাধিকাৰীয়ে ।