কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বছৰটোৰ প্রথমটো গঁড় হত্যা, খৰ্গ কাটি উধাও চোৰাং চিকাৰী

কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বছৰটোৰ প্রথমটো গঁড় হত্যা। গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও চোৰাং চিকাৰী।

author-image
Asomiya Pratidin
New Update
শিলঘাটত আঘাতপ্ৰাপ্ত এটা গঁড়কলৈ চিন্তিত  বন বিভাগ

৩ মাহত কাজিৰঙালৈ আহিল ১.৩৬ লাখ পৰ্যটক

  • কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত বছৰটোৰ প্রথমটো গঁড় হত্যা।

  • গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও চোৰাং চিকাৰী।

  • ৰাষ্ট্রীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ কাঠপৰা শিবিৰ এলেকাত এই ঘটনা।

  • ৪-৫ দিন পূৰ্বে চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ।

  • দেওবাৰে দিনৰ ভাগত বন বিভাগে উদ্ধাৰ কৰে খৰ্গবিহীন গঁড়ৰ মৃতদেহ।

  • বন বিভাগ, আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনাস্থলীলৈ ৰাওনা।

  • এই তথ্য জানিবলৈ দিয়ে DFO ৰমেশ কুমাৰ গগৈয়ে।

kaziranga