/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4cd1c53a-5b1e-479c-8d92-c27285f4f9b7/rhino.jpg)
◾দ্ৰুতবেগী ট্ৰাকৰ খুন্ধাত শনিবাৰে আঘাট প্ৰাপ্ত গঁড়টো বিছাৰি বন বিভাগৰ অভিযান অব্যাহত।
◾কহঁৰা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এই অভিযান।
◾সোমবাৰে পুৱাৰে পৰা কাজিৰঙা বন বিভাগ হাতী লক্ষীমাইৰ নেতৃত্বত অভিযান আৰম্ভ।
◾লগত আছে বনবিভাগৰ সাহসী হাতী লক্ষীপ্ৰসাদ আৰু হৰিপ্ৰসাদ।
◾দ্ৰোণৰ জড়িয়তেও সন্ধান চলাইছে বন বিভাগে।
◾আঘাটপ্ৰাপ্ত গঁড়টোৰ সন্ধান নোপোৱালৈ অব্যাহত থাকিব অভিযান।