কাজিৰঙাত এনিমেল কৰিডৰৰ গইনা লৈ চলোৱা উচ্ছেদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

কাজিৰঙাত এনিমেল কৰিডৰৰ গইনা লৈ চলোৱা উচ্ছেদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

author-image
asomiyapratidin
New Update
কাজিৰঙাত এনিমেল কৰিডৰৰ গইনা লৈ চলোৱা উচ্ছেদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,কলিয়াবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্দ্ধিত এনিমেল কৰিডৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। এনিমেল কৰিডৰৰ গইনা লৈ প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী তুলি সোমবাৰে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

কলিয়াবৰৰ বাগৰিত হাজাৰ হাজাৰ জনতাই সাব্যস্ত কৰে এই প্ৰতিবাদ। ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদী জনতাই। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে জনতাই।

উল্লেখ্য যে, এনিমেল কৰিডৰত থকা অবৈধ নিৰ্মাণত উচ্চেদ চলাবলৈ নিৰ্দেশ দিছিল প্ৰশাসনে আৰু এই সন্দৰ্ভত প্ৰশাসনে প্ৰেৰণ কৰিছিল। ইয়াৰে বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত জনতাৰ।

kaziranga protest