New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019/10/5-Assam-Tourist-Destinations-Kaziranaga-National-Park-Wildlife-Sanctuary-999.jpg)
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান।
এই কথা সদৰী কৰিলে এম কে যাদৱে।
যাদৱ অসম চৰকাৰৰ বন বিভাগৰ বন্যপ্রাণী শাখাৰ ৱাৰ্ডেন।
মুখ্যমন্ত্রীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন আখ্যা এম কে যাদৱৰ।
‘মুখ্যমন্ত্রী গৰাকীয়ে উদ্যানৰ ভিতৰ ভাগত সোমোৱাৰ ক্ষেত্রত কোনো বাধা নাই’ বুলি মন্তব্য যাদৱৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us