দেওবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

কেইবামাহ ধৰি বন্ধ হৈ আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে আন ৰাষ্ট্ৰীয় উদ্যান

author-image
Asomiya Pratidin
New Update
দেওবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

kaziranga national park

ডিজিটেল ডেস্ক : দেওবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যান। কেইবামাহ ধৰি বন্ধ হৈ আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে আন ৰাষ্ট্ৰীয় উদ্যান। প্রতিকূল বতৰ আৰু বাট-পথৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে কঁহৰা, বাগৰি ৰেঞ্জৰ নিৰ্ধাৰিত এলেকাহে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব।বাগৰি ৰেঞ্জৰ ডুঙ্গাৰ টাৱাৰ হৈ বিমলি তিনিআলিলৈ পৰ্যটকে দৰ্শন কৰিব পাৰিব। আনহাতে, চেন্ট্রেল ৰেঞ্জ কঁহৰাৰ মিহিমুখৰ পৰা ডাফলং হৈ বৈচামাৰী পৰ্যন্ত দৰ্শনৰ অনুমতি পৰ্যটকক। এই কথা সদৰী কৰিলে পূব অসম বন্যপ্রাণী সংমণ্ডল প্রাধীকাৰীয়ে।

assam kaziranga kaziranga national park