অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাতো গণতন্ত্ৰৰ বাবে ক'লা দিনঃ অখিল গগৈ

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাতো গণতন্ত্ৰৰ বাবে ক'লা দিনঃ অখিল গগৈ

ডিজিটেল সংবাদ, কাজিৰঙাঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ বাবে অশুভ বাৰ্তা। কালিৰ দিনটো গণতন্ত্ৰণৰ বাবে ক'লা দিন বুলি উল্লেখ কৰে অখিল গগৈয়ে।

লোকসভা নিৰ্বাচনত বিজেপি-আৰএচএচ কুঅভিসন্ধি কৰি বিৰোধী শক্তিয়ে যাতে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰে তাৰ অভিসন্ধি ৰচনা কৰিছে বুলি অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে। আনহাতে কংগ্ৰেছক নিৰ্বাচনী প্ৰচাৰত বাধাৰ সৃষ্টি কৰাৰ বাবে দলটোৰ একাউন্ট জব্দ কৰা বুলিও অভিযোগ তুলে গগৈয়ে‌‌। ইপিনে শীৰ্ঘেই অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবী কৰিলে ৰাইজৰ দলে।তদুপৰি অসম চৰকাৰে পুনৰ ২৫০ কোটি টকাৰ ঋণ লোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে অখিল গগৈয়ে।

অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাতো গণতন্ত্ৰৰ বাবে ক'লা দিনঃ অখিল গগৈ
কচুৱা লুটুমাৰী গড়কপ্তানি পথৰ দৰৱস্থাঃ সাংসদ-বিধায়কৰ ভূমিকাত ৰাইজৰ ক্ষোভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in