/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/91bf3848-fccf-484b-a8a9-93de4c105e74/dfd.jpg)
-
ওদালগুৰি জিলা বিজেপিৰ প্ৰাক্তন সভাপতি কাৰ্তিক চন্দ্ৰ বড়োৰ বিপিএফত যোগদান।
-
বড়ো পূৰ্ৱে বিটিচিৰ এমচিএলয়েও আছিল কাৰ্তিক বড়ো।
-
৮ আগষ্টত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পদৰ পৰা পদত্যাগ কৰিছিল।
-
ইয়াৰ পাছতো দলৰ তৰফৰ পৰা কোনো ধৰণৰ খবৰ নোলোৱাত ক্ষোভ।
-
শনিবাৰে বড়োৱে বিজনীত অনুষ্ঠিত বিপিএফৰ যোগদান সভাত দলটোতযোগদান কৰে।
-
সোমবাৰে ওদালগুৰিত সংবাদমেল সম্বোধন কৰে কাৰ্তিক চন্দ্ৰ বড়োৱে।