/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b584c7eb-c20d-4959-a5cc-dbab7ab48714/ii.jpg)
-
কৰিমগঞ্জৰ একলাবাড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
তীব্র বেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এটি শিশু।
-
শুকুৰবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
-
অসম-ত্রিপুৰা সংযোগী ৮নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা।
-
নিহত শিশুটিৰ বয়স ১০-১২ বছৰ মান হ'ব।
-
শিশুটি মছজিদলৈ যোৱাৰ পথত সংঘটিত এই দুৰ্ঘটনা।
-
দুৰ্ঘটনাক কেন্দ্র কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।