New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/arrest-1580639544.jpg)
-
কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
-
অভিযানত জব্দ ৭০ লাখ টকাৰ সন্দেহজনক হেৰ’ইন।
-
৭৬৮ গ্রাম হেৰ’ইনসহ আটক এজনক।
-
ধৃত লোকজন পাথাৰকান্দিৰ লক্ষীপুৰ এলেকাৰ ছিপাৰ উদ্দিন।
-
নিলামবজাৰ আৰক্ষীৰ অভিযানত এই সফলতা।
-
৫০টা চাবোনৰ বাকচত ভৰাই আনিছিল হেৰ’ইনখিনি।