কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দঃ আটক ৩ জন...

কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দঃ আটক ৩ জন...

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দঃ আটক ৩ জন...

কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দঃ আটক ৩ জন...

ডিজিটেল সংবাদ কৰিমগঞ্জঃ ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ অবৈধ সৰবৰাহ। শেহতীয়াকৈ কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰ অঞ্চলৰ ঈশান ছাৰা সীমান্তত জব্দ কৰা হৈছে বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী।

Advertisment

উল্লেখ্য যে, অঞ্চলটোত আৰক্ষীৰ নাকা চেকিঙৰ সময়তে দুখন এলট' বাহনৰ পৰা ১০ বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰিছে। জব্দকৃত বাৰ্মিজ চুপাৰীখিনিৰ ওজন ৪৩০ কেজি।

আৰক্ষীয়ে এই চুপাৰীখিনি সৰবৰাহ কৰা ৩ জন লোকক আটক কৰিছে। আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে, ছাজান আহমেদ, ছাজান আহমেদ মজুমদাৰ আৰু জুবেৰ হুছেইন। এই তিনিওজনৰে ঘৰ হাইলাকান্দিৰ দলচাৰাত বুলি জানিব পৰা গৈছে।

Also Read: 'চন্দ্ৰযান-৩' ৰ সৈতে জড়িত জামুগুৰিহাটৰ জীয়ৰী উদ্দীপনাক লৈ গৌৰৱাম্বিত পিতৃ...

বাৰ্মিজ চুপাৰী