/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/dangor-khobr-2.jpg)
-
কৰিমগঞ্জত ভয়ংকৰ ভূমিস্খলন
-
মাজনিশা শোৱা পাটিতে পোত যায় বাসগৃহ
-
ঘটনাত একেটা পৰিয়ালৰে ৫জনকৈ লোকৰ মৃত্যু
-
নিহত ৰায়মুন নেছা, ছাহেদা খানম, জাহেদা খানম
-
নিহত আন দুজন হামিদা খানম আৰু নাতি মেহদি হাছান
-
বদৰপুৰৰ বেন্দাৰগোল্ড এলেকাৰ তাজুৰতলত সংঘটিত এই ঘটনা
-
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু SDRFৰ দলৰ অভিযান