New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/8e97d6eb-0337-431f-bc4d-67fc70616773.jpg)
- কৰিমগঞ্জত ব্যাপক হাৰত ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং।
- এজন ব্যক্তিয়েই দিলে ১৪-১৫টাকৈ ভোট দিয়াৰ অভিযোগ।
- নীৰৱ হৈ থাকিল ভোটগ্ৰহণ কেন্দ্ৰটোৰ দায়িত্বত থকা প্ৰিজাইডিং বিষয়াগৰাকী।
- তলৰ পৰ্যায়ৰ বিষয়াইহে এই ঘটনাৰ প্ৰতিবাদ কৰিলে।
- কেমেৰাৰ সন্মুখতে ভোটদান কৰে ব্যক্তিজনে।
- পৰিয়ালৰ আটাইকেইজন সদস্যৰ হৈ তেওঁৱেই দিলে ভোট।
- কৰিমগঞ্জৰ বাটায়া এল পি স্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত ঘটিল এই কাণ্ড।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us