New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/bd5b1968-8d42-4fc2-b538-f06256640b00/download.jpg)
কৰিমগঞ্জৰ জিলা কাৰাগাৰত ২২ গৰাকী কয়দী অসুস্থ।
অসুস্থ কয়দীকেইগৰাকীক কৰিমগঞ্জৰ চিভিল হাস্পতালত ভৰ্তি।
বৃহস্পতিবাৰে অসুস্থ হৈ চিকিৎসাধীন হৈছিল ৯গৰাকী কয়দী।
চাৰিদিন ধৰি অনশনত আছিল কয়দীকেইগৰাকী।
নিজকে নিৰ্দোষী প্রমাণ কৰিবলৈ জামিন আবেদন কৰিছিল কয়দীসকলে।
জামিন লাভ নকৰাত কাৰাগাৰতে অনশনত বহে কয়দীসকল।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us