অসম মুখ্য-পৃষ্ঠা আদালতৰ লকআপৰ পৰা পলায়ন কয়দীৰ… আদালতৰ লকআপৰ পৰা পলায়ন কয়দীৰ… asomiyapratidin 23 Aug 2022 13:09 IST Follow UsNew Updateকৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কয়দীৰ।পলায়ন আব্দুল মুজিব নামৰ কয়দীটোৰ।মঙলবাৰে সংঘটিত হয় এই ঘটনা। জিলা দায়ৰা আদালতৰ পৰা পলায়ন কয়দীটোৰ।আদালতলৈ অনাৰ পিছত শৌচালয়ৰ পৰা পলায়ন কয়দীটোৰ। assam karimganj Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক