New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- কৰিমগঞ্জৰ তিনি আৰক্ষীক নিলম্বন।
- কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন ৩ আৰক্ষী বিষয়া।
- তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন আৰক্ষী বিষয়াকেইগৰাকীক।
- গকুল চন্দ্ৰ নাথ, দেৱাশিষ সিনহা, শুভেন্দু দাসক নিলম্বন।
- আদালত চৌহদৰ পৰা কয়দী পলায়নৰ ঘটনাত নিলম্বন তিনিও।