নাম ঘোষণাৰ পাছতো সলনি হ’ব পাৰে কংগ্ৰেছৰ কৰিমগঞ্জৰ প্ৰাৰ্থী…

নাম ঘোষণাৰ পাছতো সলনি হ’ব পাৰে কংগ্ৰেছৰ কৰিমগঞ্জৰ প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • সলনি হ'ব পাৰে কৰিমগঞ্জত কংগ্ৰেছৰ প্ৰাৰ্থী।
  • কৰিমগঞ্জৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ১৫ মাৰ্চত ঘোষণা কৰিছিল দলটোৱে।
  • অসমৰ আন ৪টা সমষ্টিৰ সৈতে এই সমষ্টিটোত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল স্বৰূপ দাসৰ।
Advertisment
  • স্বৰূপ দাসৰ প্ৰাৰ্থিত্বক লৈ বিতৰ্ক।
  • তেওঁৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰক লৈ প্ৰশ্ন।
  • অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰ বৈধকতাক লৈ উঠিছে প্ৰশ্ন।
  • এই প্ৰমাণপত্ৰ দিব লাগে এছ ডি চি বা তাৰ ওপৰৰ পৰ্যায়ৰ বিষয়াই।
  • প্ৰাৰ্থীজনৰ প্ৰমাণপত্ৰ দিয়া নাছিল তেনে চৰকাৰী উচ্চপদস্থ বিষয়াই।
  • সেয়েহে তেওঁৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ গ্ৰহণ নহ'ব পাৰে।
  • সেয়েহে সলনি হ'ব পাৰে উক্ত সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী।
  • বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি আছে কংগ্ৰেছ নেতৃত্বই।