New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
কাৰ্বি আংলঙৰ উমৰাংছ’ত ভয়ংকৰ দুৰ্ঘটনা।
বাইক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত থিতাতে নিহত ২জন বাইক আৰোহী।
এতিয়ালৈকে চিনাক্ত হোৱা নাই নিহত দুজন।
উমৰাংছ’ লংকা পথৰ ২৮ কিলো এলেকাত এই ঘটনা।
Also Read: ISROৰ বিজ্ঞানীক অভিনন্দন জনাই কি ক’লে প্রধানমন্ত্রীয়ে ?