মাইলুত পথ দুৰ্ঘটনাত তিনিজন আহত...

মাইলুত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত তিনিজন যাত্ৰী গুৰুত্বভাৱে আহত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখন এএছ ০১ জিএফ ৫৯৬৭ নম্বৰৰ এখন টাটা নেস্কন বাহন।

author-image
Tushar Pratim
New Update
মাইলুত পথ দুৰ্ঘটনাত তিনিজন আহত...

ডিজিটেল সংবাদ পশ্চিম কাৰ্বি আংলং: মাইলুত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত তিনিজন যাত্ৰী গুৰুত্বভাৱে আহত হৈছে।  

Advertisment

মাইলুত পথ দুৰ্ঘটনাত তিনিজন আহত...

দুৰ্ঘটনাৰ পাছতে  তৎকালীনভাৱে মৃতুঞ্জয় এম্বুলেন্স সেৱাৰে তিনিওকে ডিফুলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। খবৰ অনুসৰ পশ্চিম কাৰ্বি আংলংঙৰ খেৰণী আৰক্ষী থানা এলেকাধীন মাইলুত সংঘটিত হৈছ এই দুৰ্ঘটনা। 

মাইলুত পথ দুৰ্ঘটনাত তিনিজন আহত...

দুৰ্ঘটনাগ্ৰস্ত বাহনখন এএছ ০১ জিএফ ৫৯৬৭ নম্বৰৰ এখন টাটা নেস্কন বাহন। বাহনখনত থকা তিনিওজন যাত্ৰী গুৰুত্বভাৱে আহত হৈছে। দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে।

খেৰণি পথ দুৰ্ঘটনা