/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
ei muhurtar khabar
কাৰ্বি আংলঙত গ্রেপ্তাৰ বিজেপি নেত্রীক
প্ৰৱঞ্চনাৰ গোচৰত গ্রেপ্তাৰ বিজেপি নেত্রী মুন ইংতিপী
চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্রহৰ অভিযোগ
২৪ গৰাকী নিবনুৱাৰ পৰা সংগ্রহ কৰিছিল ১.৫২ কোটি টকা
মুন ইংতিপী কাৰ্বি আংলঙৰ বিজেপি কিষাণ মৰ্চাৰ সম্পাদিকা
ভুক্তভোগীৰ গোচৰৰ ভিত্তিত গ্রেপ্তাৰ বিজেপি নেত্রীগৰাকীক
মুখ্যমন্ত্রী আৰু CEM তুলীৰাম ৰংহাঙৰ নামত ধন সংগ্রহ
গোচৰ ৰুজু হোৱাৰ পিছতে বিষয়বাবৰ পৰা বৰ্খাস্ত মুন ইংতিপীক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us