New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-4.jpg)
- কাৰ্বি আংলঙৰ চুচেনধেন্টাত নিৰ্বাচনী হিংসা।
- ধন বিতৰণক কেন্দ্র কৰি মাৰপিটৰ ঘটনা।
- ১৭ নম্বৰ চুচেনধণ্টা সমষ্টিৰ ৰংবংৱেত এই ঘটনা।
- শাসকীয় দলে মঙলবাৰে নিশা ধন বিতৰণ কৰাৰ অভিযোগ।
- মাৰপিটৰ ঘটনাত আহত দৰছিং ক্রামছা নামৰ এজন।
- বিজেপি প্রাৰ্থী কাচে ৰংপিপিৰ হৈ ধন বিতৰণৰ অভিযোগ।