New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/vote.jpg)
- জুনৰ মাজভাগত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন।
- বুধবাৰে আয়োজন হৈছিল ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৈতে এক সৰ্বদলীয় বৈঠক।
- নিৰ্বাচনৰ বাবে সাজু বিজেপি।
- বিজেপিয়ে গঠন কৰিছে এখন বিশেষ কমিটি।
- মন্ত্ৰী ৰনোজ পেগুৰ নেতৃত্বত স্বায়ত্ব শাসিত পৰিষদৰ বাবে গঠন কৰা হৈছে এই কমিটি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us