অসম মুখ্য-পৃষ্ঠা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচন হ’ব… কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচন হ’ব… asomiyapratidin 12 May 2022 08:29 IST Follow UsNew Updateআজি বৃহস্পতিবাৰে ঘোষণা হ'ব কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন।ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন।দিনৰ ১২ বজাত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন।কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ আসনৰ সংখ্যা ২৬ খন। assam election karbi anglongআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক