/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c26e4d41-0d56-40a3-8688-b570a56cb02e/kk.jpg)
ডিজিটেল সংবাদ, শালবাৰী: শালবাৰীৰ বাহঁবাৰীৰ ফাতেমাবাদ চাহ বাগিচাৰ খেল পথাৰত দুদিনীয়াকৈ ১৮ তম কৰম উৎসৱ পালন । দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সাংস্কৃতি শোভাযাত্ৰা কৰি কৰম ডাল লৈ আনি খেলপথাৰত স্থাপন কৰি আদিবাসী ৰাইজে পূজা অৰ্চনা কৰে ।
ৰাষ্ট্ৰীয় পোষণ মাহ পালন বিভিন্ন মহিলা আত্ম সহায়ক গোটে আৰু ৫৪ নং এচ এচ বি বাহিনীৰ উদ্যোগত চিকিৎসালয় স্থাপন কৰে । এইবাৰ কৰম উৎসৱ দেখা পোৱা গ'ল এক বিশেষ দৃশ্য ।
থলুৱা খাদ্য সম্ভাৰ লগতে বিভিন্ন বাৰীৰ শাক পাচলি, বিভিন্ন ধৰণৰ খাদ্যই মানুহৰ মন আকৰ্ষণ কৰিছে এই কৰম উৎসৱ।