New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/kanchanjanggha-first-week-collection.jpg)
- ছুপাৰ হিট জুবিন গাৰ্গৰ কাঞ্চনজংঘা।
- ছবিগৃহত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ সহাৰি।
- ৬ ছেপ্তেম্বৰত মুক্তি পোৱা ছবিখনে প্ৰথম সপ্তাহত উপাৰ্জন কৰিছে ২.৯ কোটি টকা।
- মুক্তিৰ দিনাই ছবিখনে উপাৰ্জন কৰিছিল ৪০ লাখ টকা।
- দৰ্শকক এই সহাৰিৰ বাবে ধন্যবাদ জনালে জুবিন গাৰ্গে।
- ইফালে বৰ্তমানো ছবিগৃহত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ সহাৰি।
- ৰাজ্যৰ বাহিৰৰ ছবিগৃহতো দৰ্শকে আদৰি লৈছে ছবিখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us