New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- গুৱাহাটী লোকসভা সমষ্টিৰ কামৰূপ মহানগৰ জিলাত শান্তিপূৰ্ণভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব।
- বিয়লি ৫ বজালৈকে মুঠ ভোটদানৰ হাৰ এনেধৰণৰ-
- জালুকবাৰী লোকসভা সমষ্টিত ৬৯ শতাংশ।
- দিছপুৰ বিধানসভা সমষ্টিত ৬১ শতাংশ।
- পূব গুৱাহাটী সমষ্টিত মুঠ ভোটদান ৫৯.০৩ শতাংশ।
- পশ্চিম গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ ৬২.২৫ শতাংশ।